মধ্য যুগৰ প্ৰধান বৈশিষ্ট্য সমূহ কি কি?
Answers
Answered by
34
আত্মনির্ভৰশীলতা সেই যুগৰ এটি প্রধান বৈশিষ্ট্য। আছিল। আনৰ পৰা বস্তু অনা বা আনক বস্তু দিয়াতো বিশেষভাৱে পৰিলক্ষিত নহৈছিল। আহোমসকলে ওচৰ- চুবুৰীয়া জনজাতিসকলৰ লগত বাণিজ্যিক সম্পর্ক স্থাপন কৰিছিল
Similar questions
English,
2 months ago
Political Science,
2 months ago
Social Sciences,
11 months ago
English,
11 months ago