Science, asked by BikiRosni, 1 month ago

(ক) মানৱদেহত খাদ্য হিচাবে গ্রহণ কৰা আহাৰ বিলাকৰ পৰা আহৰণ কৰা শক্তি কি হিচাবে সঞ্চিত থাকে?​

Answers

Answered by milibarosha
2

মানৱদেহত খাদ্য হিচাবে গ্ৰহণ কৰা আহাৰ বিলাকৰ পৰা আহৰণ কৰা শক্তি গলাকইজেন হিচাবে সনিক থাকে

Similar questions