Art, asked by imransaha47, 1 year ago

বেংক বুলিলে কি বুজায়?

Answers

Answered by hemantabaruah23
2

Answer:

বেংক হৈছে ঋণৰ ব্যৱসায় কৰা এবিধ বিত্তীয় প্ৰতিষ্ঠান। বেংকে সঞ্চয়কাৰীৰ পৰা সঞ্চয় সংগ্ৰহ কৰে আৰু সংগৃহীত সঞ্চয় ঋণ লওতাসকললৈ ঋণ হিচাপে আগবঢ়ায়।

mark this answer as Brainlist

Similar questions