Question :-
___________
কভিড -১৯ ৰ ওপৰত এখনি ৰছনা প্ৰস্তুত কৰা।
Answers
Answered by
0
Answer:
মটৰ গাড়ী চালক আৰু অন্যান্য পথ ব্যৱহাৰকাৰীক নিয়ন্ত্ৰণৰ উদ্দেশ্যে ১৯১৪ চনত দেশত ‘ভাৰতীয় মটৰ গাড়ী আইন ১৯১৪’ ৰ প্ৰথম বিধেয়কখন গৃহীত হয়। সেই সময়ৰেপৰা ভাৰতৰ পথসমূহত যান-বাহনৰ চাপ বহুগুণে বৃদ্ধি পাবলৈ ধৰে আৰু ভাৰত চৰকাৰে প্ৰথম ‘মটৰ গাড়ী আইন ১৯১৪’ ৰ বহুকেইটা সংস্কৰণ ঘটাই অৱশেষত '‘মটৰ গাড়ী আইন ১৯৮৮’ ৰ গঢ় দিয়ে। পথত মটৰ গাড়ীৰ চলাচল সুচল কৰাৰ নিশ্চয়তা সৃষ্টিৰ উদ্দেশ্য আগত লৈ যান-বাহনৰ নীতি-নিয়ম সমূহ ব্যৱহাৰ কৰা হয়।
Similar questions